Tag: world urdu day

বিশ্ব উৰ্দু দিৱস ( ৯ নৱেম্বৰ )

লেখক: ইনজামামুল হক ৯ নৱেম্বৰ তাৰিখত প্ৰতি বছৰ বিশ্ব উৰ্দু দিৱস পালন কৰা হয়। উৰ্দু হ’ল ইন্দো-আৰ্য ভাষা এই ভাষাটো দক্ষিণ এছিয়াত প্ৰচলিত আছে। পাকিস্থানৰ প্ৰধান ভাষা হ’ল উৰ্দু।বিশ্ব উৰ্দু দিৱস আল্লামা ইকবলৰ জন্ম দিনত পালন কৰা হয়। আল্লামা ইকবলৰ জন্ম ১৮৮৭ চনৰ ৯ নৱেম্বৰত পাকিস্থানৰ শিয়ালকোটত হৈছিল। তেওঁ এজন দক্ষিণ এছিয়াৰ মুছলিম লেখক, দৰ্শনিক,আৰু ৰাজনীতিক আছিল। তেওঁ উৰ্দু কবিতাত বিশ শতিকাৰ…