Tag: zakath

আধাছাফিতৰাসম্পর্কেহাদীছচুন্নাহও_আছাৰ

লেখকঃ শাহিনুৰ আলম ১. হযৰত আবদুল্লাহ ইবনে আমৰ ইবনুল আচ ৰাঃ পৰা বর্ণিত, ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা চাল্লামে এজন ঘোষক প্রেৰণ কৰিলে তেওঁ যেন মক্কাৰ পথে পথে এই ঘোষণা কৰে যে-জানি ৰাখক! প্রত্যেক মুছলিম নৰ-নাৰী, গোলাম-স্বাধীন,সৰু-ডাঙৰ় প্রত্যেকৰ ওপৰত ছদকায়ে ফিতৰ অপৰিহার্য। দুই মুদ (আধা ছা) গম নাইবা এক ছা অন্য খাদ্যবস্তু।النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ ” بَعَثَ مُنَادِيًا يُنَادِي فِي فِجَاجِ مَكَّةَ أَلَا إِنَّ…